এনেকুৱা হৈয়ো মানুহ গৰাকী স্বামীৰ লগত জীৱন কটাব লগা হয়

কোনে বুজিব তাইৰ বেদনা ?🥺

সন্তানৰ মোহত বহু নাৰীয়ে বহু নিৰ্যাতন নিৰবে সহ্য কৰি যায় ৷

সেন্দূৰ কনো সমাজৰ ভয়ত আটোম টুকাৰীকৈ লয় নহলে সমাজে সমালোচনা কৰিব ৷ সেন্দূৰ খিনি লবলৈ গৈ থমকি ৰয় ছাগৈ কাৰ নামত কিয় সেন্দূৰ লৈছোঁ ? কাৰ আয়ুস বঢ়াইছো ? সেই আয়ুস বঢ়োৱা জনে মোক এয়াই উপহাৰ দিছে ৷

আপোনাৰ মতামত কমেণ্টত জনাওক । লগতে Share কৰিব নাপাহৰিব।

Leave a Comment