এনেকুৱা হৈয়ো মানুহ গৰাকী স্বামীৰ লগত জীৱন কটাব লগা হয়

কোনে বুজিব তাইৰ বেদনা ?🥺

সন্তানৰ মোহত বহু নাৰীয়ে বহু নিৰ্যাতন নিৰবে সহ্য কৰি যায় ৷

সেন্দূৰ কনো সমাজৰ ভয়ত আটোম টুকাৰীকৈ লয় নহলে সমাজে সমালোচনা কৰিব ৷ সেন্দূৰ খিনি লবলৈ গৈ থমকি ৰয় ছাগৈ কাৰ নামত কিয় সেন্দূৰ লৈছোঁ ? কাৰ আয়ুস বঢ়াইছো ? সেই আয়ুস বঢ়োৱা জনে মোক এয়াই উপহাৰ দিছে ৷

আপোনাৰ মতামত কমেণ্টত জনাওক । লগতে Share কৰিব নাপাহৰিব।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ NewsLiner Assam ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a Comment